‘মা কমলা’ৰ মালিক পানীৰাম কলিতাক আটক

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তিৰ যো-জা চলাওঁতেই আৰক্ষীৰ জালত পৰিল দূৰ্ঘটনাগ্ৰস্ত ‘মা কমলা’ নামৰ ফেৰীখনৰ মালিক পানীৰাম কলিতা।অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগ সদৰি কৰিছে এই কথা

You might also like
Leave A Reply

Your email address will not be published.