ক’ভিড আপডেট

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৫৬৪ গৰাকী । মৃত্যু ৭ গৰাকীৰ। মুঠ আক্ৰান্তৰ ১১৮ গৰাকী কামৰূপ মহানগৰৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৭১% ।
আনহাতে বিগত ২৪ ঘণ্টাত দেশত ২৪,৪১০ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৪০ গৰাকীৰ মৃত্যু হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.