মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত কাৰ মৃতদেহ?

ব্ৰহ্মপুত্ৰৰ মাজভাগত থকা ভেকেলী চাপৰিত পুৰুষৰ মৃতদেহ উদ্ধাৰ।
মৃতদেহটো নিমাতীৰ দুৰ্ঘটনাৰ পৰা সন্ধানহীন হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ।
ঘটনাস্থলীলৈ ৰাওনা হৈছে SDRF NDRF জোৱানসহ প্ৰশাসনৰ লোক।
মৃতদেহ উদ্ধাৰৰ পিছতেই ব্যাপক উৎস্যুকতা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।।

You might also like
Leave A Reply

Your email address will not be published.