অৱশেষত ৬ দিনৰ মূৰত উদ্ধাৰ ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ
নিমাতীঘাটৰ কৰুণ ফেৰী দুৰ্ঘটনাৰ পৰা সন্ধানহীন আছিল চিকিৎসকজন
মাজুলীৰ লুইতৰ মাজৰ ভেকেলী চাপৰিত উদ্ধাৰ ডাঃ বৰুৱাৰ মৃতদেহ
ক’লা টি-ছাৰ্ট পৰিহিত অৱস্থাত উদ্ধাৰ গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকজন
মৃতদেহ উদ্ধাৰৰ পাছতে শোকত ভাগি পৰিছে চিকিৎসকজনৰ পৰিয়াল।।