লুইতত সন্ধানহীন ৩ ছাত্ৰ

গোৱালপাৰাৰ কাছাৰীঘাটত ব্ৰক্ষ্মপুত্ৰত সন্ধানহীন ৩ ছাত্ৰ। ব্ৰক্ষ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হয় তিনিও। সন্ধানহীন মুক্তাৰ হুছেইন, নবী ইছলাম, ছাইনুৰ ইছলাম। ছাত্ৰকেইজনৰ সন্ধানত নদী আৰক্ষী, SDRFএ অভিযান অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.