নিউজ ডেস্ক-
ৰাজ্যত ০.৭২ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪৪৪ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৮ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৯৪ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩০,৩৪৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৩২ জন।।