আজিৰ কেবিনেটৰ মূল সিদ্ধান্ত সমূহ

ৰাজ্য চৰকাৰৰ আজিৰ কেবিনেটৰ সিদ্ধান্ত

▶️২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান
▶️৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হ’ব এই পাঠদান
▶️প্ৰয়োজনত শ্ৰেণীকোঠাৰ শাখাৰ সংখ্যা বৃদ্ধি কৰিব লাগিব
▶️বিদ্যালয়সমূহ পাঠদানৰ আগে-পিছে চেনিটাইজ কৰিব লাগিব
▶️শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ গড়কাপ্তানি বিভাগত মুখ্য অভিযন্তা (শিক্ষা আৰু স্বাস্থ্য)নামেৰে নতুন পদ সৃষ্টি
▶️জলসম্পদ বিভাগৰ বাবে ৯৮ কোটি টকা মুকলি
▶️অচিৰেই ২,৪৭৯ টা গঁড়ৰ খড়্গ নষ্ট কৰিব ৰাজ্য চৰকাৰে
▶️বৰ্তমানে ২,৬২৩ টা গঁড়ৰ খড়্গ জমা আছে চৰকাৰৰ কোষাগাৰত
▶️৯৪ টা খড়্গ সংৰক্ষণ কৰিব ৰাজ্য চৰকাৰে
▶️কেবিনেটৰ পাছতে সাংবাদিকক জনালে মন্ত্ৰী কেশৱ মহন্ত ,পৰিমল শুক্লবৈদ্য আৰু ৰণোজ পেগুৱে।।

You might also like
Leave A Reply

Your email address will not be published.