বোকাজানত পুনৰ ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক

বোকাজানত পুনৰ ড্ৰাগছ সহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।আজি পুৱা বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱাৰ নেতৃত্বত আৰক্ষীৰ দলে নিজৰাপাৰ অঞ্চলত অভিযান চলাই এটা চাবোনৰ বাকচত ১২.৫৩ গ্ৰাম হেৰ’ইন সহ স্থানীয় হবিবুৰ ৰহমান(৩৫) নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.