উপ-নিৰ্বাচনত ‘দিদি’ৰ বৃহৎ জয়

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে পুৱতি নিশা আৰম্ভ হোৱা ২১নং ৰাউণ্ডৰ ভোট গণনা সমাপ্তিৰ পিছত তেওঁৰ নিকটতম বিজেপি প্ৰতিদ্বন্দী প্ৰিয়ংকা টিব্ৰুৱালৰ বিৰুদ্ধে ৫৮,০০০ তকৈও অধিক ভোটৰ অভিলেখ ব্যৱধানত ভাবানীপুৰৰ উপনিৰ্বাচনত জয়লাভ কৰিছে।

চৰকাৰী তথ্য অনুসৰি দক্ষিণ কলকাতাৰ ভবানীপুৰ বিধানসভা আসনত টিএমচিৰ প্ৰাৰ্থী বেনাৰ্জীয়ে অন্তিম ৰাউণ্ডৰ ভোট গণনাৰ পিছত ৮৪,৭০৯ টা ভোট লাভ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.