ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৮৪ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩৮৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৭ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৭১ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১৯,০৩১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২৭৬ জন।।

You might also like
Leave A Reply

Your email address will not be published.