ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৬০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৬০ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৫গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ০.৬৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৮,১৬৬ গৰাকী লোক। মৃত্যুমুখত পৰিছে ২১৪ ক’ভিড আক্ৰান্ত। সংক্ৰমণৰ হাৰ ০.৬৪ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.