লাডাখ আৰু জম্মু কাশ্মীৰত বছৰৰ প্ৰথমটো তুষাৰপাত আৰম্ভ । কেন্দ্ৰীয় শাসিত দুই অঞ্চলতে নিম্নগামী হৈছে পাৰা স্তম্ভ । উচ্চতাত থকা পৰ্বতীয়া এলেকাসমূহ গোট মাৰিছে প্ৰচণ্ড শীতত। শুভ্ৰতা বিৰাজ কৰিছে একাংশ অঞ্চলত। ২’ ছেলছিয়াছলৈ হ্ৰাস পাইছে তাপমাত্ৰা। আনহাতে বৰফৰ ডাঠ তৰপে ঢাকি ধৰিছে অমৰনাথ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.