ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩৪৭ গৰাকী । মৃত্যু ৩ গৰাকীৰ । আক্ৰান্তৰ হাৰ ০.৮১ % । মুঠ আক্ৰান্তৰ ১৬২ গৰাকী কামৰূপ মহানগৰ জিলাৰ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ১৩,৪৭২ । মৃত্যু  গৰাকীৰ ৫৮৪ গৰাকী ।।
You might also like
Leave A Reply

Your email address will not be published.