ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ২৪৪ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৭৫ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৬ গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ০.৬৪ শতাংশ।ৰাজ্যত সুস্থতাৰ হাৰ ৯৮.৩৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৩,৪৫১ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৫৮৫ ক’ভিড আক্ৰান্ত। সুস্থতাৰ হাৰ ৯৮.১৯শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.