ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ । শণিবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ২৮৩ গৰাকী লোক । বিগত ২৪ ঘন্টাত ৪ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । আক্ৰান্তৰ হাৰ ০.৭১ % । মুঠ আক্ৰান্তৰ ১০৮ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ১৯,৯১২ গৰাকী । আনহাতে মৃত্যু ৪৩৯ গৰাকী ব্যক্তিৰ ।
You might also like
Leave A Reply

Your email address will not be published.