ক’ভিড আপডেট

ৰাজ্যত অপৰিৱৰ্তিত ক’ভিড সংক্ৰমণ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,৯৫১গৰাকী। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২১ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৪২২লোক।পজিটিভিটিৰ হাৰ ৯.৮৫ শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,৮৬,৩৮৪ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৭৩গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.