ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৬ গৰাকী লোক। আক্ৰান্ত সকলৰ ৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১ গৰাকী হোজাই জিলাৰ, ১ গৰাকী নগাওঁ জিলাৰ আৰু ১ গৰাকী তিনিচুকীয়া জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.৮৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,১৯০ গৰাকী । পজিটিভিটিৰ হাৰ ০.০৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৬,২৪৩ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.