ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৭৩৯ গৰাকী লোক। ইয়াৰে ১৬৫ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ১৫ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ২.৬৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৭.২৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১,৭২,৯৫২ গৰাকী । মৃত্যুমুখত পৰিছে ১,০৫৯ গৰাকী আক্ৰান্ত। আৰোগ্যৰ হাৰ ৭.৯৮ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.