ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৪৭ গৰাকী লোক। ইয়াৰে ১৫ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ৪ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৬২শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২৫,৯২০ গৰাকী ।মৃত্যুমুখত পৰিছে ৪৯২ গৰাকী আক্ৰান্ত।

You might also like
Leave A Reply

Your email address will not be published.