নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১৮ গৰাকী লোক। ইয়াৰে ১২ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰে ১ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৪৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৬ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১১,৪৯৯ গৰাকী ।মৃত্যুমুখত পৰিছে ২৫৫ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ১.০১ শতাংশ।