নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১২ গৰাকী লোক। ইয়াৰে ৭ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰা আক্ৰান্তৰ সংখ্যা ০ । পজিটিভিটীৰ হাৰ ০.৪৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৭ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭,৫৫৪ গৰাকী ।মৃত্যুমুখত পৰিছে ২২৩ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ .৯৬ শতাংশ।