কাজিৰঙাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ব্যুৰ’ ৰিপ’ৰ্ট ,এন ই ভাৰত

কাজিৰঙাত SP সকলৰে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

মুখ্যমন্ত্ৰীৰ ঘোষণা-

????অসম আৰক্ষীত গঠন হ’ব ১০ টা কমাণ্ডো বেটেলিয়ান
????এই কমাণ্ডো বাহিনীক NSGৰ সৈতে তুলনা কৰিব পৰা যাব
????অহা ছমাহত ৰাজ্যত ৭ টা নতুন ফৰেনচিক গৱেষণাগাৰ হ’ব
????বছৰি আৰক্ষী জোৱান সকলৰ স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক হ’ব
????বেটেলিয়ান জোৱানক বছৰত এটা মাহৰ ছুটী উপহাৰ ৰূপে দিয়া হ’ব
????ৰাজ্যত সম্পূৰ্ণ ৰূপে নিৰ্মূল হ’ব ড্ৰাগছৰ বেহা,গৰুৰ চোৰাং সৰবৰাহ
????কাজিৰঙাৰ পাছত আৰক্ষী অধীক্ষকৰে নবেম্বৰ মাহত ডুলীয়াজানত হ’ব পৰৱৰ্তী বৈঠক
????প্ৰতি ছমাহৰ মূৰত উপায়ুক্ত সকলৰ সৈতেও বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী।।

You might also like
Leave A Reply

Your email address will not be published.