ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২ গৰাকী লোক। কামৰূপ (মেট্ৰ’)ত আক্ৰান্ত হৈছে ১ গৰাকী লোক। যোৱা ২৪ ঘণ্টাত এজনো মৃত্যু হোৱা নাই কোভিড ৰোগী। এজনৰো শৰীৰত ধৰা নপৰিল কোভিড-19। পজিভিটিৰ হাৰ ০.১২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২৫৬৮ গৰাকী। মৃত্যুমুখত পৰিছে ৯৭ জন লোক।

You might also like
Leave A Reply

Your email address will not be published.