আফগানিস্তানৰ ৰাজধানী কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ!

আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ। দুটাকৈ বোমা বিস্ফোৰণত কঁপি উঠে পশ্চিম কাবুল আৰু দস্ত-ই-বাৰ্চি। বিদ্যালয়ৰ এলেকাত সংঘটিত হোৱা দুটা বিস্ফোৰণৰ ফলত ছয় জন লোক নিহত হোৱাৰ বিপৰিতে বহুসংখ্যক লোক আহত হয়। প্ৰথম বিস্ফোৰণটো পশ্চিম কাবুলৰ মুমতাজ বিদ্যালয়ৰ এলেকাত সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয়টো বিস্ফোৰণ ৰাজধানীৰ দস্ত-ই-বাৰ্চি জিলাৰ আন এখন বিদ্যালয়ৰ সমিপত সংঘটিত হয়।

You might also like
Leave A Reply

Your email address will not be published.