ক’ভিড আপডেট

নিউজ ডেস্ক- পুনৰ কোভিড শূন্য ৰাজ্য। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ এজনো আক্ৰান্ত হোৱা নাই কোভিডত। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । পজিভিটিৰ হাৰ ০.০০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত দৈনিক বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৩,১৫৭ গৰাকী। মৃত্যুমুখত পৰিছে ৪০ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.