আজি ২৯ জুন

➡️১৮৬৪ চনৰ আজিৰ দিনটোতে বংগৰ প্ৰসিদ্ধ শিক্ষাবিদ আশুতোষ মুখোপাধ্যায়ৰ জন্ম হৈছিল।
➡️১৮৭৬ চনৰ এই দিনটোতে কবি মাইকেল মধুসূদন দত্তৰ মৃত্যু হৈছিল।
➡️১৮৯৩ চনৰ ২৯ জুন তাৰিখে প্ৰসিদ্ধ পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহলানবিশৰ জন্ম হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে আদিবাসী সংঘৰ্ষত নাইজেৰিয়াত ২০০ লোকৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ এই দিনটোতে দেশৰ সপ্তমগৰাকী উপ-প্ৰধান মন্ত্ৰীৰূপে লালকৃষ্ণ আদৱানিৰ শপত গ্ৰহণ।
➡️২০০৩ চনৰ আজিৰ দিনটোতে হামবুৰ্গত অনুষ্ঠিত চতুৰ্দেশীয় মাষ্টাৰ্ছ হকী টুৰ্নামেণ্টত ভাৰত চেম্পিয়ন হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.