আজি ৪ জুলাই

➡️আজিৰ দিনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৭৬ চনৰ এই দিনটোতে আমেৰিকাৰ তেৰখন ৰাজ্যই স্বাধীনতা লাভ কৰিছিল।
➡️১৮২৬ চনৰ ৪ জুলাই তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ মৃত্যু হৈছিল।
➡️১৮৯৮ চনৰ আজিৰ দিনটোতে গান্ধীবাদী নেতা, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী (অস্থায়ী) গুলজাৰিলাল নন্দৰ জন্ম হৈছিল।
➡️১৯০২ চনৰ এই দিনটোতে স্বামী বিবেকানন্দৰ মৃত্যু হৈছিল।
➡️১৯৩৪ চনৰ ৪ জুলাই তাৰিখে ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ মৃত্যু হৈছিল।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে ভাষা আন্দোলনত হোৱা গুলীচালনাত কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপুজাৰী নিহত হৈছিল।
➡️১৯৭৯ চনৰ এই দিনটোতে পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ ফাঁচি হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.