ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২১০ গৰাকী লোক। আক্ৰান্তসকলৰ ৯৮ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, ২৬ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, ১৯ ডিব্ৰুগড় জিলাৰ, ১৪ গৰাকী দৰং জিলাৰ, ১০ গৰাকী শিৱসাগৰ জিলাৰ, ৯ গৰাকী গোৱালপাৰা জিলাৰ, ৬ গৰাকী শোনিতপুৰ জিলাৰ, ৪ গৰাকী তিনিচুকীয়া জিলাৰ, ৪ গৰাকী যোৰহাট জিলাৰ, ৪ গৰাকী মৰিগাঁও জিলাৰ, ৩ গৰাকী বঙাইগাঁও জিলাৰ, ৩ গৰাকী লক্ষীমপুৰ জিলাৰ, ২ গৰাকী হোজাই জিলাৰ, ১ গৰাকী বৰপেটা জিলাৰ, ১ গৰাকী চিৰাং জিলাৰ আৰু ১ গৰাকী নগাওঁ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১০.১৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৬,১৫৯ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২৮ গৰাকী আক্ৰান্তৰ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,১৫,২১২ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.