আজি ২১ আগষ্ট

➡️ ১৯৯৫ চনৰ ২১ আগষ্টত ভাৰতীয় বিজ্ঞানী সুব্ৰাহ্মণ্যন চন্দ্ৰশেখৰৰ মৃত্যু হৈছিল।
➡️ ১৯৮৮ চনৰ আজিৰ দিনটোতে উত্তৰ ভাৰত, পূব ভাৰত আৰু নেপালৰ নানা স্থানত হোৱা ভূমিকম্পত ৭৫০ জন লোক নিহত হৈছিল ।
➡️ ইৰাক আৰু ইৰানৰ মাজত সাময়িক যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল ১৯৮৮ চনৰ ২১ আগষ্টত।
➡️ ১৯৩৮ চনৰ ২১ আগষ্টত কবি-নাট্যকাৰ গণেশ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল ।
➡️ লাটভিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰিছিল ১৯৯১ চনৰ আজিৰ দিনটোতে।
➡️ ১৯৭২ চনৰ ২১ আগষ্টত ভাৰতত বন সংৰক্ষণ আইন গৃহীত হৈছিল ।
➡️ ১৯৯৭ চনৰ ২১ আগষ্টত কৃষ্ণ কান্ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছিল । ২০০২ চনলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.