ৰাজ্যৰ গৃহ সচিব পদত প্ৰথমবাৰলৈ IPS বিষয়া

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

প্ৰথমবাৰলৈ ৰাজ্য চৰকাৰৰ গৃহ সচিব পদত নিযুক্ত হ’ল এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।২০০৪ বৰ্ষৰ IPS দিগন্ত বৰাক আজি ডি আই জি পদৰ পৰা গৃহ সচিব ৰূপে নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে জ্যেষ্ঠ IPS বিষয়া গৰাকীৰ ঘৰ গহপুৰৰ কলাবাৰীত। ।

You might also like
Leave A Reply

Your email address will not be published.