ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ক্ৰমাৎ উন্নত ক’ভিড পৰিস্থিতি। দিনক দিনে হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৩৬ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩,৩৮৬ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৫৮ জন লোক। আক্ৰান্তৰ হাৰ ২.৬০ শতাংশ।ৰাজ্যত এদিনত আৰোগ্যৰ হাৰ ৯০.৩১শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৬৭,২০৮ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,৩৩০। সুস্থ হৈ ঘৰলৈ উভতা ৰোগীৰ সংখ্যা ১,০৩,৫৭০।

You might also like
Leave A Reply

Your email address will not be published.