আজি ১৪ ছেপ্টেম্বৰ

➡️আজি হিন্দী দিৱস।
➡️১৩১২ চনৰ আজিৰ দিনটোতে ইটালীৰ প্ৰসিদ্ধ কবি ডাণ্টেৰ ( সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি) মৃত্যু হৈছিল ।
➡️১৮৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ৰাছিয়াৰ জীৱবিজ্ঞানী আইভান পেট্ৰোভিচৰ জন্ম হৈছিল। তেওঁ ১৯০৪ চনত চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
➡️১৮৯৭ চনৰ ১৪ ছেপ্টেম্বৰত স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকক ১৮ মাহৰ কাৰাদণ্ড বিহা হৈছিল ।
➡️কেন্দ্ৰীয় আইন সভাৰ লগত পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছে আইন সভা ত্যাগ কৰিছিল ১৯৩৯ চনৰ ১৪ ছেপ্টেম্বৰত।
➡️১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশযান লুনা-৩ য়ে চন্দ্ৰত অৱতৰণ কৰিছিল।
➡️১৯৭১ চনৰ ১৪ ছেপ্টেম্বৰত প্ৰসিদ্ধ বাংলা লেখক তাৰাশংকৰ বন্দোপাধ্যায়ৰ মৃত্যু হৈছিল।
➡️১৯৯৮ চনৰ ১৪ ছেপ্টেম্বৰত কিৰিবাটি, নাউৰু আৰু টোংগা ৰাষ্ট্ৰসংঘ…

You might also like
Leave A Reply

Your email address will not be published.