ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫৭ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৬ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১১গৰাকী পশ্চিম কাৰ্বি আংলং জিলাৰ, ৫ গৰাকী মৰিগাঁও জিলাৰ, ৫ গৰাকী তিনিচুকীয়া আৰু ৪ গৰাকী ডিব্ৰুগড় জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.২৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,১০৮ গৰাকী । পজিটিভিটিৰ হাৰ ১.৪৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৫,৭৪৯ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.