কাজিৰঙাত অঘটন

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মতা ঢেকিয়াপটীয়া বাঘৰ মৃতদেহ উদ্ধাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰুৱাবাৰী অঞ্চলত মৃত ঢেকিয়াপটীয়া বাঘটো উদ্ধাৰ কৰে বনকৰ্মীয়ে। প্ৰাৰম্ভিক অনুসন্ধানত বাঘটোৰ গাত গুলিৰ আঘাটৰ চিন পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াৰ মতে মানুহৰ বসতি স্থানৰ পৰা আতৰাই অনাৰ বাবে চেষ্টা কৰোতে গুলিচালনাত দূৰ্ঘটনাবশতঃ ঢেকিয়াপটীয়া বাঘটো নিহত হয়।।

You might also like
Leave A Reply

Your email address will not be published.