আজি নিশা প্ৰচণ্ড বৃষ্টিপাত!

আজি প্ৰবলৰ পৰা অতি প্ৰবল বৃষ্টিপাতৰ সম্ভাবনা।বিহাৰৰ লগতে নিশাৰ ভাগত অসম আৰু মেঘালয়ত বিজুলী ঢেৰেকনীৰে হ’ব প্ৰচণ্ড বৃষ্টিপাত। এই পূৰ্বাভাষ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। এই সময়চোৱাত ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.