ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ২.০১ শতাংশলৈ নামিল সংক্রমণৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৮৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৪২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৬৪ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ৩,৩৯৪ আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩৭,৫৬৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৯০৭।

You might also like
Leave A Reply

Your email address will not be published.