আজি ৩০ জুন

➡️ আজি কংগোৰ জাতীয় দিৱস।

➡️ ২০০০ চনৰ আজিৰ দিনটোতেই কবি নীলমণি ফুকনলৈ ভাৰতীয় ভাষা পৰিষদৰ বঁটা আগবঢ়োৱা হৈছিল।

➡️ ১৯২২ চনৰ আজিৰ দিনটোতেই জোনাকী যুগৰ প্ৰগতিবাদী কবি অমূল্য বৰুৱাৰ জন্ম হৈছিল।

➡️ ১৮৫৫ চনত ব্ৰিটিছৰ শাসন শোষণৰ বিৰুদ্ধে ভাৰতত ঐতিহাসিক চাওতাল বিদ্ৰোহ আৰম্ভ হৈছিল আজিৰ দিনটোতেই।

➡️ ১৯১৭ চনৰ ৩০ জুন তাৰিখে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাতা দাদাভাই নৌৰজীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.