নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। শুকুৰবাৰে লক্ষ্ণৌ-গোৰখপুৰ ঘাইপথৰ অযোধ্যা কোতৱালী অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত ৭ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৪০ গৰাকীতকৈ অধিক লোক।

দুৰ্ঘটনাটোৰ পাছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ টুইট যোগে গভীৰ শোক প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.