আজি বিশ্ব ধৰিত্ৰী দিৱস!

প্ৰতি বছৰে ২২ এপ্ৰিলৰ দিনটোত পালন কৰা হয় ধৰিত্ৰী দিৱস

নিউজ ডেস্কঃ

জি বিশ্ব ধৰিত্ৰী দিৱস। প্ৰতি বছৰে ২২ এপ্ৰিলৰ দিনটোত পালন কৰা হয় ধৰিত্ৰী দিৱস।

১৯৭০ চনত উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১মাৰ্চত পোন প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল ধৰিত্ৰী দিৱস। ১৯৯০ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডেনিচ হেইচৰ তত্বাৱধানত ১৪১খন দেশত এই দিৱস পালন কৰা হয়। বৰ্তমান বিশ্বৰ ১৯২খন দেশত বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়।

সাম্প্ৰতিক সময়ত পৰিবেশ সজাগতাৰ প্ৰয়োজনীয়তা ব্যাপক হৈ পৰিছে।তেনে স্থলত আন্তৰ্জাতিক ধৰিত্ৰী দিৱৰ প্ৰাসংগিকতাক উপলব্ধি কৰিছে সমগ্ৰ বিশ্ববাসীয়ে।

You might also like
Leave A Reply

Your email address will not be published.