APCC ৰ নতুন সভাপতি ভূপেন বৰা

অবশেষত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেন্দ্ৰীক চৰ্চাৰ অন্ত।ৰিপুন বৰাৰ স্থানত প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ৰূপে হাইকামাণ্ডে চূড়ান্ত ঘোষণা কৰিলে বিহপুৰীয়া সমষ্টিৰ দুবাৰৰ বিধায়ক ভূপেন বৰাৰ নাম।অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰূপে ৩ জ্যেষ্ঠ নেতা ক্ৰমে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে ২ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়ষ্ঠক নিযুক্তি দিয়া হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.