CAA কাৰ্যকৰীকৰণৰ দিশে কেন্দ্ৰ

নেচনেল ডেস্ক, এন ই ভাৰত

নাগৰিকত্ব প্ৰদানক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘু লোকক নাগৰিকত্ব প্ৰদানকলৈ তৎপৰ কেন্দ্ৰ। ৬ টা ধৰ্মৰ শৰনাৰ্থীক আবেদন জনাবলৈ আহ্বান কেন্দ্ৰৰ ।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এক জাননী ।
আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অ-মুছলমান শৰণাৰ্থীয়ে কৰিব পাৰিব আবেদন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব আইন, ১৯৫৫ আৰু ২০০৯ ৰ নীতিৰ অধীনত এই আদেশ তাৎক্ষণিকভাৱে ৰূপায়ণৰ বাবে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.