Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Education
স্মৃতি দিৱসত ‘সুগন্ধি পখিলা’ৰ কবিলৈ শ্ৰদ্ধাৰ্ঘ্য
আজি ‘সুগন্ধি পখিলাৰ’ কবি হীৰেণ ভট্টাচাৰ্যৰ নৱম মৃত্যু বাৰ্ষিকী। ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্ম গ্ৰহণ কৰা হীৰুদাই ২০১২ চনৰ আজিৰ দিনটোতে!-->…
Read More...
Read More...
আজি ৪ জুলাই
➡️ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস।
➡️ আজি ভেনিজুৱেলাৰ জাতীয় দিৱস।
➡️ ১৭৭৬ চনৰ ৪ জুলাইত আমেৰিকাৰ তেৰখন ৰাজ্যই লাভ কৰিছিল!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৩ জুলাই
➡️ আজি বেলাৰুছৰ ৰাষ্ট্ৰীয় দিৱস।
➡️ ১৯১২ চনৰ ৩ জুলাইত জন্ম হৈছিল সাহিত্যিক গিৰিধৰ শৰ্মাৰ।
➡️ আলজেৰিয়াই স্বাধীনতা লাভ কৰিছিল ১৯৬২ চনৰ!-->!-->!-->!-->!-->…
Read More...
Read More...
পৰীক্ষাৰ মূল্যাংকনক লৈ ক্ষুদ্ধ আছু নেতৃত্ব
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
পৰীক্ষাৰ মূল্যাংকনক লৈ চৰকাৰী কমিটিৰ সিদ্ধান্তত ক্ষুদ্ধ সদৌ অসম ছাত্ৰ সন্থা।পৰীক্ষা অনুষ্ঠিত কৰনক লৈ আছুৰ!-->!-->!-->…
Read More...
Read More...
মাইক্ৰছফটৰ ভুল আঙুলিয়াই ২২ লাখ টকা পালে ভাৰতীয় যুৱতীয়ে
এগৰাকী ২০ বছৰীয়া যুৱতীয়ে চমক দিলে Microsoft ক। Microsoft ৰ ক্লাউড চিষ্টেমৰ এটা ভুল ধৰি দিল্লীৰ অদিতি সিঙ নামৰ ২০ বছৰীয়া যুৱতী গৰাকীয়ে ২২!-->…
Read More...
Read More...
আজি ২ জুলাই
➡️ ১৫৬৬ চনৰ আজিৰ দিনটোতেই চিকিৎসক তথা জ্যোতিৰ্বিদ নষ্ট্ৰাডামাছৰ মৃত্যু হৈছিল।
➡️ বংগৰ নবাব ছিৰাজদৌল্লাৰ মৃত্যু হৈছিল ১৭৫৭ চনৰ আজিৰ!-->!-->!-->!-->!-->…
Read More...
Read More...
কি ক’লে শিক্ষামন্ত্ৰীয়ে ?
ছেবাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল
মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল সন্দৰ্ভত সংবাদমেল-
????কমিটিৰ দুয়োখন!-->!-->!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১ জুলাই..
????আজি চিকিৎসক দিৱস আৰু কানাডা দিৱস।????আজি ছোমালিয়াৰ জাতীয় দিৱসৰ লগতে ৰুৱাণ্ডাৰ স্বাধীনতা দিৱস।????১৯৪৮ চনৰ আজিৰ দিনটোতেই গুৱাহাটী আৰু!-->…
Read More...
Read More...
আজি ৩০ জুন
➡️ আজি কংগোৰ জাতীয় দিৱস।
➡️ ২০০০ চনৰ আজিৰ দিনটোতেই কবি নীলমণি ফুকনলৈ ভাৰতীয় ভাষা পৰিষদৰ বঁটা আগবঢ়োৱা হৈছিল।
➡️ ১৯২২ চনৰ আজিৰ দিনটোতেই!-->!-->!-->!-->!-->…
Read More...
Read More...
ৰেংক নাথাকিব এইবেলিৰ মেট্ৰিকৰ ফলাফলত
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত নাথাকিব কোনো ৰেংক।আজি ছেবাৰ কাৰ্যালয়ত বিশিষ্ট শিক্ষাবিদ ডঃ!-->!-->!-->…
Read More...
Read More...