আজি সন্ত্রাসবাদবিৰোধী দিৱস।
➡️ ৪২৮ খ্রীষ্টপূর্ব গ্রীক দার্শনিক আৰু শিক্ষাবিদ প্লেটোৰ এথেন্সত জন্ম।
➡️ ১৬৮৮ চনত ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ জন্ম।
➡️ ১৮১৯ চনত আমেৰিকাৰ নিউয়ৰ্কত প্রথম বাইচাইকেলৰ প্ৰচলন। ১৮৮৫ ৰাজনীতিবিদ চৈয়দ মহম্মদ ছাদুল্লাৰ গুৱাহাটীত জন্ম।
➡️ ছাদুল্লাই ১৯৩৭ চনৰ পৰা ১৯৪১ চনলৈ অসমৰ মুখ্য মন্ত্ৰীৰূপে (তেতিয়াৰ প্ৰধান মন্ত্রী) কাৰ্যনিৰ্বাহ কৰে।
➡️ ১৯২২ চনত মার্কিন নাট্যকাৰ ইউজিন অ’নীললৈ তেওঁৰ ‘আনা ক্রিষ্টি’ নাটকৰ বাবে পুলিৎজাৰ বঁটা।
➡️ ১৯৯১ চনত তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰৰ এখন নির্বাচনী সভাত এগৰাকী আত্মঘাতী বোমাৰুৰ বোমাৰ আঘাতত ৰাজীৱ গান্ধীৰ মৃত্যু।
➡️ ১৯৯৪ চনত মেনিলাত অনুষ্ঠিত বিশ্বসুন্দৰী প্ৰতিযোগিতাত ভাৰতৰ সুস্মিতা সেনৰ ‘মিছ ইউনিভাৰ্ছ’ খিতাপ লাভ।