Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
National
ক’ভিড আপডেট
নিউজ ডেস্ক, এন ই ভাৰত-
ৰাজ্যত হ্ৰাস পাইছে কোভিড সংক্ৰমণ। বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৯৭৫ গৰাকী। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে!-->!-->!-->…
Read More...
Read More...
আজি ৭ আগষ্ট
➡️ ১১০৬ চনৰ ৭ আগষ্টত জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হৈছিল ।
➡️ ১৮৯৯ চনৰ আজিৰ দিনটোতে সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ।
➡️!-->!-->!-->!-->!-->…
Read More...
Read More...
সলনি হ’ব দেশৰ ‘খেল ৰত্ন বঁটা’ৰ নাম
সলনি হ'ব 'ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা'ৰ নাম। 'ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা'ক 'মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা' ৰূপে নতুন নামকৰণৰ সিদ্ধান্ত!-->…
Read More...
Read More...
এইবাৰ টুইটাৰৰ জড়িয়তে গুৱাহাটীত ছেক্স ৰেকেট!
মায়ানগৰী মুম্বাই, বাংগালুৰুৰ পাছত এইবাৰ ছেক্স ৰেকেটৰ ভয়ংকৰ জাল অসমত!মহানগৰীত অনলাইন মাধ্যমত চলিছে দেহ ব্যৱসায়ৰ নেটৱৰ্ক! গুজৰাটৰ পৰা!-->!-->!-->…
Read More...
Read More...
ব্ৰঞ্জৰ আশা পুৰন ন’হল ভাৰতৰ
পদকৰ আশা পুৰন ন'হল ভাৰতীয় মহিলা হকী দলৰ।ব্ৰঞ্জৰ বাবে দুৰ্দান্ত প্ৰদৰ্শন স্বত্বেও গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ৪-৩ গ'লৰ ব্যৱধানত পৰাস্ত হৈ!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৮১ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,০৬৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৭ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ৬ আগষ্ট
➡️ আজি বলিভিয়াৰ স্বাধীনতা দিৱস।
➡️ আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।
➡️ আজি হিৰোছিমা দিৱস।
➡️ ১৮০৯ চনৰ ৬ আগষ্টত ইংৰাজ কবি লৰ্ড আলফ্ৰেড!-->!-->!-->!-->!-->!-->!-->…
Read More...
Read More...
৪১ বছৰৰ মূৰত আহিল আন এটা পদক
টকিঅ' অলিম্পিকত ৪১ বছৰৰ মূৰত ভাৰতীয় হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলখনত জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰি তৃতীয় স্থান দখলেৰে!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৮৯ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,২৬৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৯ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ৫ আগষ্ট
➡️ ১৮৫০ চনৰ ৫ আগষ্টত ফৰাচী কথাশিল্পী গি দা মোপাছাঁৰ জন্ম হৈছিল ।
➡️ ১৯৩০ চনৰ আজিৰ দিনটোতেই চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি নীল আৰ্মষ্ট্ৰঙত!-->!-->!-->…
Read More...
Read More...