Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
World
দেশবাসীক নিৰাশ কৰিলে টীম ইণ্ডিয়াই
অধিনায়ক বাবৰ আজমৰ অপৰাজিত ৬৮ আৰু মহম্মদ ৰিজৱানৰ অপৰাজিত ৭৯ ৰানৰ সহায়ত বিশ্বকাপত ভাৰতক প্ৰথমবাৰৰ বাবে পৰাস্ত কৰি ইতিহাস ৰচিলে!-->…
Read More...
Read More...
টি-২০ত আজি ভাৰতৰ সমুখত পাকিস্তান
ইউ.এ.ই. আৰু ওমানৰ মৰুভূমিৰ সমতলত আজি অনুস্থিত হ'ব টি-২০ বিশ্বকাপত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰথম খন খেল। প্ৰায় তিনি বছৰৰ অন্তত!-->…
Read More...
Read More...
আজি ২৪ অক্টোবৰ
➡ আজি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস।
➡ ১৫৭৭ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিশু গুৰু ৰামদাসৰ অমৃতসৰ চহৰ!-->!-->!-->…
Read More...
Read More...
প্ৰচণ্ড তুষাৰপাতত ১১ পৰ্বতাৰোহীৰ মৃত্যু
১৮ অক্টোবৰত উত্তৰাখণ্ডত প্ৰচণ্ড তুষাৰপাত আৰু প্ৰতিকূল বতৰৰ বাবে পথ হেৰোৱা ট্ৰেকাৰৰ মৃতদেহ উদ্ধাৰ। প্ৰাপ্ত খৱৰ মতে, উত্তৰাখণ্ডৰ লামখাগা পাছত!-->…
Read More...
Read More...
আজি ২৩ অক্টোবৰ
➡ ১৬২৩ চনৰ আজিৰ দিনটোতে হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা তুলসী দাসৰ মৃত্যু হৈছিল ।
➡ ১৭৬৪ চনৰ ২৩ অক্টোবৰত বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত!-->!-->!-->…
Read More...
Read More...
অচিন ৰোগত মৃত্যু শতাধিক শিশুৰ
কঙ্গো গণতান্ত্ৰিক গণৰাজ্যত এক অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে বহুকেইটা শিশু। কঙ্গোৰ দক্ষিণ- পশ্চিমত এক অচিন ৰোগৰ ফলত আগষ্টৰ শেষৰ পৰা!-->…
Read More...
Read More...
আজি ২২ অক্টোবৰ
➡️ ১৭৬৪ চনৰ আজিৰ দিনটোতে বংগ বিহাৰত নবাবৰ শাসনৰ অন্ত হৈছিল , ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হৈছিল ।
➡️ ১৭৬৮ চনৰ আজিৰ দিনটোতে বক্সাৰ!-->!-->!-->…
Read More...
Read More...
ভেক্সিন প্ৰদানৰ জয়গান গাবলৈ সাজু ভাৰত
দেশত টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ ৯ মাহ পিছত বৃহস্পতিবাৰে ভাৰতে ১ বিলিয়ন ক'ভিড ভেক্সিনৰ পালি সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে। প্ৰাপ্ত খৱৰ মতে,!-->…
Read More...
Read More...
আজি ২১ অক্টোবৰ
➡️ ১২৯৬ চনৰ ২১ অক্টোবৰত আলাউদ্দিন খিলিজীয়ে দিল্লীৰ সিংহাসন আৰোহণ কৰিছিল।
➡️ ১৭৭২ চনৰ আজিৰ দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি ছেমুৱেল টেলৰ!-->!-->!-->…
Read More...
Read More...
ভয়ংকৰ বিমান দুৰ্ঘটনা
আমেৰিকাৰ হিউষ্টনত সংঘটিত হয় এক ভয়ংকৰ বিমান দূৰ্ঘটনা। মঙলবাৰে হিউষ্টনৰ বাহিৰৰ এটা সৰু বিমানবন্দৰত উৰণৰ প্ৰচেষ্টাৰ সময়ত ব্যক্তিগত জেট এখনত!-->…
Read More...
Read More...