মহাকাশত পেৰেড কৰিব ৬টাকৈ গ্ৰহে। এই মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পৃথিৱী। একে শাৰীতে অৱস্থান ল’ব ৬টা গ্ৰহে। গ্ৰহকেইটা হৈছে – বুধ, মংগল, শনি, ইউৰেনাছ, নেপচুন, বৃহস্পতি। খালী চকুৰে দেখা যাব এই বিৰল দৃশ্য। ভাৰতৰ পৰাও দৃশ্যমান হ’ব এসপ্তাহৰ বাবে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like