Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
World
আজি ২০ অক্টোবৰ
➡️ আজি লক্ষ্মী পূজা।
➡️ আজি ৰাষ্ট্ৰীয় একতা দিৱস।
➡️ ১৫৬৮ চনৰ ২০ অক্টোবৰত আকবৰে চিতোৰগড় দুৰ্গ আক্ৰমণ কৰিছিল।
➡️ ১৭৭৪ চনৰ আজিৰ দিনটোতে!-->!-->!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১৯ অক্টোবৰ
➡️ ১২১৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা জনৰ (John) মৃত্যু হৈছিল । মাত্ৰ ন বছৰ বয়সতে তৃতীয় হেনৰী ইংলেণ্ডৰ ৰজা ৰূপে অভিষিক্ত হৈছিল।
➡️ ১৭৪৫!-->!-->!-->…
Read More...
Read More...
অ’স্কাৰৰ দৌৰত এখন অসমীয়া চিনেমা
অ'স্কাৰৰ দৌৰত অসমীয়া ছবি।শাৰদীয় বতৰত অসমবাসীলৈ এই সুখবৰ কঢ়িয়াই আনিছে কৃপাল কলিতাৰ 'ব্ৰীজ' ছবিখনে।চলচ্চিত্ৰ বিশ্বৰ সৰ্বোচ্চ সন্মান!-->…
Read More...
Read More...
আজি ১৮ অক্টোবৰ
➡️ আজি কাতি বিহু।
➡️ ১৮৭১ চনৰ আজিৰ দিনটোতে আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু হৈছিল।
➡️ ১৯৩১ চনৰ ১৮ অক্টোবৰত মাৰ্কিন বিজ্ঞানী!-->!-->!-->!-->!-->…
Read More...
Read More...
SAFF চেম্পিয়নশ্বিপত আকৌ চেম্পিয়ন ভাৰত
মালেত অনুষ্ঠিত হোৱা SAFF চেম্পিয়নশ্বিপ ২০২১ত পুনৰ ভাৰতৰ ফুটবল দলৰ জয়লাভ। এইবাৰৰ জয়েৰে ভাৰতে ৮ বাৰ হস্তগত কৰে SAFF চেম্পিয়নশ্বিপ। SAFF!-->…
Read More...
Read More...
আজি ১৭ অক্টোবৰ
➡️ আজি অসম ক্ৰীড়া দিৱস।
➡️ ১৬০৫ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰৰ মৃত্যু হৈছিল ।
➡️ ১৮১৭ চনৰ ১৭ অক্টোবৰত ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম!-->!-->!-->!-->!-->…
Read More...
Read More...
টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ গুৰুদায়িত্বত ‘দ্য ৱাল’!
ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হ'ব 'দ্য ৱাল'।BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ সৈতে শুকুৰবাৰে অনুষ্ঠিত এক!-->…
Read More...
Read More...
আজি ১৬ অক্টোবৰ
➡️ আজি বিশ্ব খাদ্য দিৱস।
➡️ ১৮৮৮ চনৰ আজিৰ দিনটোতে মাৰ্কিন নাট্যকাৰ ইউজিন অ’ নীলৰ জন্ম হৈছিল।
➡️ ১৯৬৮ চনৰ ১৬ অক্টোবৰত হৰগোবিন্দ খোৰানালৈ!-->!-->!-->!-->!-->…
Read More...
Read More...
CSKৰ দখলত IPLৰ খিতাপ
IPLঅত চূড়ান্ত খিতাপ অৰ্জন মাহীৰ দলৰ।কলকাতা নাইট ৰাইডাৰ্ছক ২৭ ৰানত পৰাস্ত কৰিলে ধোনীৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে। ফাইনেলত প্ৰথমে বেট!-->…
Read More...
Read More...
মুকলি হ’ল পবিতৰা
আজি পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য । এতিয়াৰে পৰা পুনৰ দেশী বিদেশী পৰ্যটকৰ ৰম্যভূমি হ'ব এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি!-->…
Read More...
Read More...