মৰাণৰ তিলৈনগৰত EDৰ অভিযান

মৰাণৰ তিলৈনগৰত EDৰ অভিযান

মৰাণৰ তিলৈনগৰত EDৰ অভিযান। ট্ৰেডিং FX-ৰ সৈতে জড়িত থকা সীমান্ত বৰুৱাৰ বাসগৃহত এই অভিযান চলায় ED-এ। দীৰ্ঘসময় ধৰি চলোৱা অভিযানৰ অন্তত এখন XUV700 বাহন জব্দ কৰে দলটিয়ে । অৱশ্যে,এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই দলটিয়ে । সীমান্ত বৰুৱা ট্ৰেডিং কেলেংকাৰীত সাঙোৰ খাই পৰিছিল আৰু ইয়াৰ ভিত্তিতেই এতিয়া সীমান্তৰ মৰাণৰ ডিগবৈস্থিত বাসগৃহত অভিযান চলায় ED-এ।

মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন

You might also like
Leave A Reply

Your email address will not be published.