মানদ্বীপৰ স্বাধীনতা দিৱস
১৯৬৫ মালদ্বীপৰ স্বাধীনতা লাভ
১৯৭৮ লণ্ডনত বিশ্বৰ প্ৰথমটো টেষ্ট টিউব বেবীৰ জন্ম। এই শিশুটিৰ নাম লুইজ জয় ব্ৰাউন।
২০০১ শ্বেৰ বাহাদুৰ দেউবাৰ নেপালৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ।
২০০৪ সু-সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী নাৰায়ণ ঘোটোৱাৰৰ মৃত্যু।
১৮৫৬ ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধৱা বিবাহ আইন প্ৰচলন।
১৮৫৬ আইৰিছ নাট্যকাৰ আৰু সমালোচক জৰ্জ বাৰ্নাৰ্ড শ্বৰ জন্ম। বাৰ্নাৰ্ড শ্বই ১৯২৫ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৫৩ ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত কিউবাত স্বৈৰাচাৰী বাতিস্তাৰ শাসনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ।
১৮৯৪ প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আলডুছ হাক্সলীৰ ইংলেণ্ডত জন্ম।
১৯৯১ দীৰ্ঘ নিৰ্বাসনৰ পাছত দক্ষিণ আফ্ৰিকাৰ অলিম্পিকৰ সদস্য পদ লাভ।
১৯৯১ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ কমিউনিষ্ট পাৰ্টীৰ দুনিনব্যাপী অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ সভাত দলৰ প্ৰধান সম্পাদক তথা ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ মাৰ্ক্সবাদ-লেলিনবাদৰ পথ এৰি সামাজিক-গণতান্ত্ৰিক দল গঢ়াৰ প্ৰস্তাৱ উত্থাপন। সভাত এই প্ৰস্তাৱ অনুমোদিত হয়। সমাজতন্ত্ৰৰ পথৰ পৰা ছোভিয়েট ৰাছিয়া আঁতৰি অহাৰ এই সিদ্ধান্ত বিশ্ব ইতিহাসত বিশেষ তাৎপৰ্যপূৰ্ণ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৬ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like