মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন

মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন। বৰাক-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন সংঘটিত হয়।

 

মেঘালয়ৰ কুলিয়াঙত পুনৰ ভয়ংকৰ ভূমিস্খলন। বৰাক আৰু  গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পুনৰ ভূমিস্খলন। মেঘালয়ৰ কুলিয়াং এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা । নেৰানেপেৰা বৰষুণৰ ফলত পুৱাৰ ভাগত হঠাৎ পাহাৰৰ পৰা মাটি আৰু শিল খহি পৰে ৰাজপথত। ফলত পথচোৱাত বন্ধ হৈ পৰে যাতায়ত।

You might also like
Leave A Reply

Your email address will not be published.